বিহপুৰীয়া (নগৰ)
অসমৰ চহৰ / From Wikipedia, the free encyclopedia
বিহপুৰীয়া (ইংৰাজী: Bihpuria) (বিহপুৰীয়া গাঁও হিচাপেও পৰিচিত) অসমৰ লখিমপুৰ জিলাৰ এখন নগৰ। ১৯৬২ চনতে অসম চৰকাৰৰ দ্বাৰা নগৰ ঘোষিত হোৱা বিহপুৰীয়া নগৰ সমিতিৰ অধীনস্থ অঞ্চলত ১৪টা নগৰ সমিতি ৱাৰ্ড আছে (২০১১ চনৰ তথ্য অনুসৰি)।
এই অসমৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য
বিহপুৰীয়া | |
— নগৰ — | |
স্থানাঙ্ক | 27.03°N 93.90°E / 27.03; 93.90 |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ |
জনসংখ্যা | 10,867 (2001[update]) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 102 m (335 ft) |
বন্ধ কৰক