From Wikipedia, the free encyclopedia
বিষ্ণু শইকীয়া এই পৃষ্ঠাটো অলপ সলাব লাগিব।ইয়াত অৰ্থনীতিৰ ভাগ বুলি পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰঅৰ্থনীতিৰ কথা লিখা আছে।মোৰ মতে এই বোৰ অৰ্থব্যৱস্থাৰ ভাগত ৰাখিব লাগে।অৰ্থনীতিৰ ভাগ বুলি micro, macro, public finance িত্যাদি বোৰ দিয়া ভাল। নহলে মানুহৰ বুজাত খেলিমালি হ'ব পাৰে।দ্বিজেন মহন্ত 08:49, 4 মাৰ্চ 2012 (UTC)
এই পৃষ্ঠাখন অৰ্থনীতি-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
মোৰ সম্পূৰ্ণ সমৰ্থন আছে| কিন্তু কাম কৰা মানুহ নাই যে| আপুনি অকলে পাৰিব জানো? বিষ্ণু শইকীয়া বাৰ্তা 08:51, 4 মাৰ্চ 2012 (UTC)
যিমান পাৰো কৰি যাওঁ। তাৰ পাছত কোনোবাই সংযোগ কৰিব চাগৈ।দ্বিজেন মহন্ত উত্তৰ 08:51, 4 মাৰ্চ 2012 (UTC)
{{cleanup}}এইটোকে লগাই থৈছো। পাৰিলে ঠিক কৰি দিবা।কাম আৰু দেধাৰ কৰিবলে আছে । আজি ফাকুৱা বাবে কলৈকো নগৈ অলপ কৰিলো।মতমত দিবা।
অৰ্থনীতিৰ সাঁচ এটা আনি থ’লো| অনুবাদ কৰিব লাগিব| মই পৰাখিনি কৰিম| আপোনালোকেও সহায় কৰিব| বিষ্ণু শইকীয়া বাৰ্তা 12:44, 5 মাৰ্চ 2012 (UTC)
অৰ্থনীতি |
Economies by region |
সাধাৰণ শ্ৰেণীসমূহ |
---|
History of economic thought Methodology · Mainstream & heterodox |
Technical methods |
Game theory · Optimization Computational · Econometrics Experimental · National accounting |
Fields and subfields |
Behavioral · Cultural · Evolutionary |
তালিকাসমূহ |
Journals · Publications |
Business and Economics Portal |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.