বাইফ'বিয়া
From Wikipedia, the free encyclopedia
বাইফ'বিয়া (ইংৰাজী: Biphobia) হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।[1]