ববচা বন
মছলাৰ গ্ৰহ (ঘাঁহ) / From Wikipedia, the free encyclopedia
ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass,[1] yard-grass,[2] goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।
ক্ষিপ্ৰ তথ্য ববচা বন, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
ববচা বন | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Angiosperms |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
গণ: | Eleusine |
প্ৰজাতি: | Eleusine indica |
বৈজ্ঞানিক নাম | |
Eleusine indica |
বন্ধ কৰক