বকতা জাপিসজীয়া
From Wikipedia, the free encyclopedia
বকতা জাপিসজীয়া গাওঁ (ইংৰাজী: Bokata Japihajia Village) হৈছে অসমৰ এখন গাওঁ। গাঁওখন শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাওঁ। গাওঁখন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাওঁখন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাওঁ খনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান। গাওঁ খনৰ পূৱৰ সীমা জৰিগুৰি আৰু পশ্চিমৰ সীমা ডগৰীগুৰি বুলি ধৰা। মাংগলিক কাৰ্যত গোৱা বাইক বচনতো এই সীমাৰ কথা উল্লেখ কৰা হয়। গাওঁখনত এটা নামঘৰ, জাপিসজীয়া প্ৰাথমিক বিদ্যালয় আৰু বিনুৱাজান প্ৰাথমিক বিদ্যালয় নামেৰে দুখন প্ৰাথমিক বিদ্যালয়, এটা বয়ন শিল্প কেন্দ্ৰ আছে। তদুপৰি, এখন ঐতিহ্যমণ্ডিত হাবিদেও হালো গাওঁখনত আছে। এই হাবিদেও হালত পাচ বছৰৰ মূৰে মূৰে হাবিদেও পূজা কৰা হয়।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|