ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা
From Wikipedia, the free encyclopedia
ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]।
কাৰ্লছ শ্লীম
মেক্সিকোৱাৰেন বাফেট
আমেৰিকা যুক্তৰাষ্ট্ৰবাৰ্নাৰ্ড আৰ্নলাউল্ট
ফ্ৰান্সলেৰী এল্লীছন
আমেৰিকা যুক্তৰাষ্ট্ৰ
অধিক তথ্য প্ৰতীক, বিৱৰণ ...
প্ৰতীক | বিৱৰণ |
---|---|
২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই। | |
২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে। | |
২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে। |
বন্ধ কৰক