পি. কে. ৰোজী
From Wikipedia, the free encyclopedia
পি. কে. ৰোজী (ৰাজাম্মা, ৰোজাম্মা, ৰাজম্মল;[2] ইংৰাজী: P.K.Rosy; ১৯০৩-১৯৮৮) এগৰাকী মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। ১৯০৩ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ জে.চি. ডেনিয়েল পৰিচালিত বিগথুকুমাৰণ (হেৰোৱা সন্তান) ছবিৰ নায়িকা আছিল। তেওঁ মালায়লম চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী।[3][4]
ক্ষিপ্ৰ তথ্য পি. কে. ৰোজী, জন্ম ...
পি. কে. ৰোজী | |
---|---|
১৯২৮ চনত ৰোজী | |
জন্ম | ১০ ফেব্ৰুৱাৰী, ১৯০৩[1] থাইক’ণ্ড, ত্ৰিবান্দ্ৰম |
মৃত্যু | ১৯৮৮ (বয়স ৮৪–৮৫)[1] |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯২৮-১৯৩০ |
দাম্পত্যসঙ্গী | কেশৱ পিল্লাই [1] |
পিতৃ-মাতৃ | পৌলছ, কুঞ্জি [1] |
সন্তান | পদ্মা, নাগাপ্পন [1] |
বন্ধ কৰক