১০ ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।

১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯

উল্লেখযোগ্য ঘটনা

  • ১২৫৮ – মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংস কৰে।
  • ২০১৩ – কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহবাদত সংঘটিত এক হত্যাকাণ্ডত ৩৬জন লোক নিহত আৰু ৩৯জন লোক আহত হয়।

জন্ম

মৃত্যু

  • ২০০১ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
  • ২০১৬ - ফাটিমা সূৰযা বাজিয়া, ভাৰতীয়-পাকিস্তানী সাহিত্যিক তথ্য নাট্যকাৰ

দিৱস

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.