পাল ৰাজবংশ (কামৰূপ)
From Wikipedia, the free encyclopedia
পাল ৰাজবংশ (ইংৰাজী: Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।[1] প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।[1] বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।
ক্ষিপ্ৰ তথ্য
কামৰূপ ৰাজ্য পাল ৰাজবংশ | ||||
| ||||
ৰাজধানী | দুৰ্জ্জয়া (বৰ্তমানৰ গুৱাহাটী) | |||
ধৰ্ম | হিন্দু ধৰ্ম | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
মহাৰাজাধিৰাজা | ব্ৰহ্মপাল | |||
- ১০১০ - ১০৪০ খ্ৰীষ্টাব্দ | ৰত্নপাল | |||
- ১০৪০ – ১০৬৫ খ্ৰীষ্টাব্দ | ইন্দ্ৰপাল | |||
- ১০৬৫ - ১০৮০ খ্ৰীষ্টাব্দ | গোপাল | |||
- ১০৮০ – ১০৯৫ খ্ৰীষ্টাব্দ | হৰ্ষপাল | |||
- ১০৯৫ – ১১২০ খ্ৰীষ্টাব্দ | ধৰ্মপাল | |||
ইতিহাস | ||||
- স্থাপিত | ৯৯০ খ্ৰীষ্টাব্দ | |||
- পতন | ১১৩৮ খ্ৰীষ্টাব্দ | |||
Warning: Value specified for "continent" does not comply |
বন্ধ কৰক