![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/76/Anthracoceros_albirostris.jpg/640px-Anthracoceros_albirostris.jpg&w=640&q=50)
পাকৈঢোৰা
ধনেশৰ এবিধ প্ৰজাতি / From Wikipedia, the free encyclopedia
পাকৈঢোৰা[2] বা কাও ধনেশ[2] বা ঢেকঢেকী[2] বা টেকটেকী(ইংৰাজী: Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷
ক্ষিপ্ৰ তথ্য পাকৈঢোৰা, সংৰক্ষণ স্থিতি ...
পাকৈঢোৰা | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Bucerotidae |
গণ: | Anthracoceros |
প্ৰজাতি: | A. albirostris |
বৈজ্ঞানিক নাম | |
Anthracoceros albirostris (Shaw & Nodder, 1807) |
বন্ধ কৰক