![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/46/West_Kameng_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-West_Kameng_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
পশ্চিম কামেং জিলা
From Wikipedia, the free encyclopedia
পশ্চিম কামেং জিলা (pronounced ˈkæmɛŋ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন আৰু বুগুন জনজাতিৰ লোক৷
ক্ষিপ্ৰ তথ্য পশ্চিম কামেং জিলা, দেশ ...
পশ্চিম কামেং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ জুন ১৯৮০ (1980-06-01) |
সদৰ | বমডিলা |
মহকুমা | থ্ৰিজিন’, ৰূপা, বমডিলা |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ৪টা (দিৰাং, কালাকটাং, থ্ৰিজিন’-বুঢ়াগাওঁ, বমডিলা) |
মাটিকালি | |
- মুঠ | ৭,৪২২ কি.মি.২ (২,৮৬৫.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮৭,০১৩ জন |
- জনঘনত্ব | ১১.৭ প্ৰতি বৰ্গ কি.মি. (৩০.৪ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৯.৪%[1] |
- লিংগ অনুপাত | ৭৫৫[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক