![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fc/Bhalukpong.jpg/640px-Bhalukpong.jpg&w=640&q=50)
কামেং নদী
ভাৰতৰ নদী / From Wikipedia, the free encyclopedia
কামেং নদী (পূৰ্বৰ নাম ভৰলী নদী), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।
ক্ষিপ্ৰ তথ্য দেশ, প্ৰদেশসমূহ ...
কামেং নদী | |
ভালুকপুঙত কামেং নদী | |
দেশ | ![]() |
---|---|
প্ৰদেশসমূহ | অসম, অৰুণাচল প্ৰদেশ |
উৎস | অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহ দক্ষিণ তিব্বতৰ ভাৰত-তিব্বত সীমান্ত |
- অৱস্থান | পূব হিমালয় পৰ্বতমালা, ![]() |
- উচ্চতা | ৬,৩০০ মি (২০,৬৬৯ ফুট) |
- স্থানাঙ্ক | 27°48′N 92°26′E |
দৈৰ্ঘ্য | ২৬৪ কিমি (১৬৪ মাইল) |
বন্ধ কৰক