পবিতৰা অভয়াৰণ্য
অসমৰ এক বণ্যপ্ৰাণী অভয়াৰণ্য / From Wikipedia, the free encyclopedia
পবিতৰা অভয়াৰণ্য বা পবিতৰা (ইংৰাজী: Pobitora Wildlife Sanctuary) অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। এই অভয়াৰণ্যত গঁড়ৰ সংখ্যাৰ ঘনত্ব পৃথিবীৰ ভিতৰত সৰ্বাধিক।[1]
ক্ষিপ্ৰ তথ্য
পবিতৰা অভয়াৰণ্য | |
— অভয়াৰণ্য — | |
স্থানাঙ্ক | 26.233°N 92.054°E / 26.233; 92.054 |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | মৰিগাঁও |
স্থাপিত | ১৯৮৭ |
নিকটৱৰ্তী চহৰ | গুৱাহাটী |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
দৰ্শনাৰ্থী | |
প্ৰশাসক | ভাৰত চৰকাৰ, অসম চৰকাৰ |
বন্ধ কৰক