নেতাই ধুবুনী ঘাট
ধুবুৰী নগৰৰ এটা অঞ্চল / From Wikipedia, the free encyclopedia
নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।[1][2]
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য নেতাই ধুবুনী ঘাট, ভূ-স্থানাংক ...
নেতাই ধুবুনী ঘাট | |
---|---|
নেতাই ধুবুনী ঘাট, ধুবুৰী | |
ভূ-স্থানাংক | 26.0224777°N 89.9930051°E / 26.0224777; 89.9930051 |
নাম | |
অন্য নাম | নেতাই ধুবুনীৰ ঘাট |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | ধুবুৰী |
এলেকা | ধুবুৰী |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | নেতাই ধুবুনী, মনসা দেৱী |
প্ৰধান উৎসৱ | অষ্টমী মেলা |
স্থাপত্য শৈলী | অসমীয়া, বঙালী |
ইতিহাস | |
প্ৰতিস্থাপক | প্ৰবাদ অনুসৰি বেউলা লক্ষিন্দৰ, ইতিহাস অনুসৰি পদ্মা পুৰাণ মনসা দেৱী |
বন্ধ কৰক