নীতি আয়োগ
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (ইংৰাজী: National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। নীতি আয়োগৰ যোজনা সমূহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাৱে প্ৰকাশ কৰে।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, গঠন ...
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ১ জানুৱাৰী ২০১৫; ৯ বছৰ আগত (2015-01-01) |
পূৰ্বৱৰ্তী সংস্থা | পৰিকল্পনা আয়োগ |
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | নতুন দিল্লী |
সংস্থাৰ কাৰ্যবাহী | নৰেন্দ্ৰ মোদী, অধ্যক্ষ ৰাজীৱ কুমাৰ, উপাধক্ষ্য বিবেক দেবৰয়, সদস্য বি কে চৰাৱত, সদস্য ৰমেশ চন্দ, সদস্য বিনোদ পাল, সদস্য অমিতাভ কান্ত, চি ই অ' দীনেশ অৰোৰা, সঞ্চালক |
পিতৃ সংস্থা | ভাৰত চৰকাৰ |
ৱেবছাইট | www |
বন্ধ কৰক