নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।[1][2][3][4]
ক্ষিপ্ৰ তথ্য নাগপঞ্চমী, অন্য নাম ...
নাগপঞ্চমী |
---|
এটি নাগ মূৰ্তি, নাগপঞ্চমীৰ দিনা পূজা কৰি থকা অৱস্থাত |
অন্য নাম |
নাগ পূজা |
---|
পালন কৰে |
হিন্দু |
---|
প্ৰকাৰ |
ধৰ্মীয় অনুষ্ঠান, ভাৰত আৰু নেপাল |
---|
তাৰিখ |
চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি শাওনমাহৰ পঞ্চম দিন |
---|
আচাৰ |
সাপৰ ফটো, মূৰ্তি আদিৰ লগতে জীয়া সাপৰ পূজা কৰা হয় |
বন্ধ কৰক