![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6c/Religious_syms.svg/langas-640px-Religious_syms.svg.png&w=640&q=50)
ধৰ্ম
মানুষৰ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক বৈশিষ্ট্য / From Wikipedia, the free encyclopedia
ধৰ্ম হৈছে মনোনীত আচৰণ, নৈতিকতা, বিশ্বাস, বিশ্বদৰ্শন, গ্ৰন্থ, পবিত্ৰ স্থান, ভৱিষ্যতবাণী, নৈতিকতা বা সংগঠনৰ এক সামাজিক-সাংস্কৃতিক প্ৰণালী। ই অতিপ্ৰাকৃতিক, অতীন্দ্ৰিয় আৰু আধ্যাত্মিক উপাদানৰ সৈতে মানৱতাৰ সম্পৰ্ক স্থাপন কৰে।[1] কিন্তু ধৰ্ম কিহৰ দ্বাৰা গঠিত হয় তাক লৈ কোনো পাণ্ডিত্যপূৰ্ণ সহমত নাই।[2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6c/Religious_syms.svg/640px-Religious_syms.svg.png)
সাৰি ১: খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, হিন্দু ধৰ্ম
সাৰি ২: ইছলাম, বৌদ্ধ ধৰ্ম, শিন্তৌ ধৰ্ম
সাৰি ৩: শিখ ধৰ্ম, বাহাই ধৰ্ম, জৈন ধৰ্ম