দুঃশাসনমহাকাব্য মহাভাৰতৰ অন্যতম কুৰুৱ / From Wikipedia, the free encyclopedia দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক। দুঃশাসন
দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক। দুঃশাসন