ত্ৰিপুৰা
উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
ত্ৰিপুৰা (ইংৰাজী: Tripura) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থিত। ইয়াৰ ৰাজধানী হৈছে আগৰতলা।
ক্ষিপ্ৰ তথ্য ত্ৰিপুৰা, দেশ ...
ত্ৰিপুৰা | |||
---|---|---|---|
— ৰাজ্য — | |||
(ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) উজ্জয়ন্ত প্ৰাসাদ; ত্ৰিপুৰা সুন্দৰী মন্দিৰ; নীৰমহল; শিলৰ কাটি লোৱা ভাস্কৰ্য্য ঊনকোটি | |||
|
|||
ভাৰতবৰ্ষত ত্ৰিপুৰাৰ অৱস্থান | |||
ত্ৰিপুৰা ৰাজ্যৰ মানচিত্ৰ | |||
ভৌগোলিক স্থানাংক (Agartala): 23.84°N 91.28°E / 23.84; 91.28 | |||
দেশ | ভাৰত | ||
প্ৰতিষ্ঠা | ২১ জানুৱাৰী ১৯৭২ | ||
ৰাজধানী | আগৰতলা | ||
জিলা | ৮ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ডি ৱাই পাটিল[1] | ||
- মুখ্য মন্ত্ৰী | মানিক সাহা (ভাজপা) | ||
- বিধান সভা | এককক্ষীয় | ||
- লোকসভা | ২ | ||
- উচ্চ ন্যায়ালয় | ত্ৰিপুৰা উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ১০,৪৯১.৬৯ কি.মি.২ (৪,০৫০.৯ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ২৬তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৩৬,৭১,০৩২ জন | ||
- স্থান | ২১তমতম | ||
- জনঘনত্ব | ৩৪৯.৯ প্ৰতি বৰ্গ কি.মি. (৯০৬.২ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-TR | ||
সাক্ষৰতা হাৰ | ৮৭.৭৫% (চতুৰ্থ) | ||
চৰকাৰী ভাষা | বাংলা, ককবৰক | ||
ৱেবছাইট | tripura.nic.in |
বন্ধ কৰক
আধুনিক কালৰ ত্ৰিপুৰা স্বাধীন ত্ৰিপুৰী সাম্ৰাজ্যৰ এক অংশহে।[2] ব্ৰিটিছ ৰাজত্বৰ সময়ত ইয়াক "পাৰ্বত্য ত্ৰিপুৰা" (Hill Tippera) নামেৰে জনা গৈছিল।[3] ১৯৪৯ চনৰ ১৫ অক্টোবৰত হোৱা Tripura Merger Agreementৰ ফলত এই সাম্ৰাজ্যখন স্বাধীন ভাৰতৰ লগত মিলি যায়।