তিনিচুকীয়া জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো জিলাখনৰ বিষয়ে। একে নামৰ সদৰ স্থানৰ বাবে তিনিচুকীয়া চাওক।
তিনিচুকীয়া জিলা অসমৰ ৩৪ খন প্ৰশাসনিক জিলাৰ মাজৰ এখন। ইয়াৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ (১৪৬০ বৰ্গ মাইল)।[1] ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।
ক্ষিপ্ৰ তথ্য তিনিচুকীয়া জিলা, দেশ ...
তিনিচুকীয়া জিলা | |
---|---|
— জিলা — | |
Tilinga-Temple.jpgতিনিচুকীয়া জিলাৰ বিখ্যাত টিলিঙা মন্দিৰ | |
তিনিচুকীয়া জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | তিনিচুকীয়া |
মাটিকালি | |
- মুঠ | ৩,৭৯০ কি.মি.২ (১,৪৬৩.৩ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৩,১৬,৯৪৮ জন |
- জনঘনত্ব | ৩৪৭ প্ৰতি বৰ্গ কি.মি. (৮৯৮.৭ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | tinsukia.nic.in |
বন্ধ কৰক