তিনিচুকীয়া মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে। ইয়াৰোপৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শাখা এটাও মহাবিদ্যালয়খনত অৱস্থিত। তিনিচুকীয়া মহাবিদ্যায়ৰ বৰ্তমান অধ্যক্ষ হ'ল ডঃ সূৰ্য চেতিয়া।[1]
তিনিচুকীয়া মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৫৬ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ডঃ সূৰ্য চেতিয়া |
স্থান | তিনিচুকীয়া, অসম, ভাৰত |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | tinsukiacollege |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.