তামিল ভাষা
দ্ৰাবিড় গোষ্ঠীৰ অন্তৰ্গত এটা উল্লেখযোগ্য ভাষা / From Wikipedia, the free encyclopedia
তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। সমগ্ৰ বিশ্বত প্ৰায় চাৰে সাত কোটি লোকে তামিল ভাষাত কথা পাতে।
ক্ষিপ্ৰ তথ্য Tamil, উচ্চাৰণ ...
Tamil | |
---|---|
தமிழ் তামিল | |
উচ্চাৰণ | সাঁচ:IPA-ta; pronunciation (সহায়·তথ্য) |
থলুৱা অঞ্চল | ভাৰত শ্ৰীলংকা |
জাতীয়তা | তামিল মানুহ |
স্থানীয় ভাষিক |
৭৫.২ মিলিয়ন (2011–2015)[1][2] ৫.৯৬ মিলিয়ন[1] |
ভাষা পৰিয়াল |
দ্ৰাবিড়
|
পূৰ্বসূৰী |
পুৰণি তামিল
|
লিখন প্ৰণালী | Tamil (Brahmic) Tamil-Brahmi (historical) Grantha (historical) Vatteluttu (historical) Pallava (historical) Kolezhuthu (historical) Arwi (Abjad) Tamil Braille (Bharati) Latin script (informal) |
সংকেতিক ৰূপ |
Signed Tamil |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
শ্ৰীলংকা ছিংগাপুৰ ভাৰত: এচিয়েন[5] |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-1 | ta |
ISO 639-2 | tam |
ISO 639-3 | Either: tam – Modern Tamil oty – Old Tamil |
ভাষাতাত্বিক |
oty Old Tamil |
গ্লোটোলগ | tami1289 Modern Tamil[9]oldt1248 Old Tamil[10] |
লিংগোৱাস্ফেয়াৰ | 49-EBE-a |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক