ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত অঞ্চল / From Wikipedia, the free encyclopedia
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Dibru-Saikhowa National Park) অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে।
ক্ষিপ্ৰ তথ্য
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান | |
— ৰাষ্ট্ৰীয় উদ্যান — | |
স্থানাঙ্ক | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় আৰু তিনিচুকীয়া |
নিকটৱৰ্তী চহৰ | তিনিচুকীয়া চহৰ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
দৰ্শনাৰ্থী | -- |
প্ৰশাসক | ভাৰত চৰকাৰ, অসম চৰকাৰ |
ৱেবছাইট | www.dibrusaikhowa.com www.dibrusaikhowa.com www.dibrusaikhowa.com |
বন্ধ কৰক