টাৱাং জিলা
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো টাৱাং জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে টাৱাং চাওক।
টাৱাং জিলা (Tawang district, Pron:/tɑ:ˈwæŋ or təˈwæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।[2] এই জিলাখনৰ জনসংখ্যা ৪৯,৯৫০ জন।[3] এই জিলা ১৯৫১ চনত চীনে তিব্বত অধিকাৰ কৰাৰ পিছৰে পৰা চীনে নিজৰ অধীন কৰিবলৈ দাবী কৰি আহিছে।[4][5][6]
ক্ষিপ্ৰ তথ্য টাৱাং জিলা, দেশ ...
টাৱাং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত টাৱাংৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | টাৱাং |
মহকুমা | টাৱাং, লুমলা, জং |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ৩খন (লুমলা, টাৱাং আৰু মুক্ত) |
মাটিকালি | |
- মুঠ | ২,০৮৫ কি.মি.২ (৮০৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৪৯,৯৫০ জন |
- জনঘনত্ব | ২৪ প্ৰতি বৰ্গ কি.মি. (৬২ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬০.৬%[1] |
- লিংগ অনুপাত | ৭০১[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক