![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/63/Arunachal_Pradesh_locator_map.svg/langas-640px-Arunachal_Pradesh_locator_map.svg.png&w=640&q=50)
জিৰ’
ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ / From Wikipedia, the free encyclopedia
জিৰ’ (ইংৰাজী: Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ। ই অৰুণাচল প্ৰদেশৰ এখন উল্লেখযোগ্য ঠাই।
ক্ষিপ্ৰ তথ্য জিৰ’, দেশ ...
জিৰ’ | |
---|---|
— পাহাৰীয়া এলেকা (Hill station) — | |
ভৌগোলিক স্থানাংক: 27.566389°N 93.831389°E / 27.566389; 93.831389 | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
জিলা | নামনি সোৱণশিৰি |
উচ্চতা | ১,৭০০ মিটাৰ (৫,৫৭৭.৪৩ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১২,২৮৯ জন |
ভাষা | |
- চৰকাৰী | ইংৰাজী |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+5:30) |
পিন | ৭৯১১২০ |
টেলিফ’ন ক’ড | ০৩৭৮৮ |
বন্ধ কৰক