জিন্তু গীতাৰ্থ
সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ প্ৰাপক / From Wikipedia, the free encyclopedia
জিন্তু ঠাকুৰীয়া (ইংৰাজী: Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক।[2] তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।[1][3][4] ২০২০ চনত প্ৰকাশ কৰা গল্প সংকলন ছবিৰ ভ্ৰম ভ্ৰমৰ ছবি তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[5]
ক্ষিপ্ৰ তথ্য জিন্তু ঠাকুৰীয়া, জন্ম ...
জিন্তু ঠাকুৰীয়া | |
---|---|
জন্ম | ২৫ নৱেম্বৰ, ১৯৯৮ (২৫ বছৰ) গুৱাহাটী |
ছদ্মনাম | জিন্তু গীতাৰ্থ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | কটন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। |
বিষয় | গল্পকাৰ, অধ্যাপক |
উল্লেখনীয় কৰ্মৰাজি | মন মৰা তৰা (চুটিগল্পৰ সংকলন) |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমিৰ যুৱ বঁটা (২০২৩)[1] |
বন্ধ কৰক