জাহানাৰা বেগম
পাটশাহ বেগম / From Wikipedia, the free encyclopedia
জাহানাৰা বেগম (ফাৰ্চী: جہان آرا بیگم; ইংৰাজী: Jahanara Begum ; ২৩ মাৰ্চ ১৬১৪ – ১৬ চেপ্তেম্বৰ ১৬৮১) এগৰাকী মোগল ৰাজকুমাৰী আৰু ১৬৩১ চনৰ পৰা ১৬৮১ চনলৈ পাটশাহ বেগম আছিল। তেওঁ সম্ৰাট শাহ জাহান আৰু মমতাজ মহলৰ জ্যেষ্ঠ সন্তান আছিল।[1] সাধাৰণতে বেগম চাহিব বুলি উল্লিখিত বেগম জাহানাৰা দাৰা চিকো আৰু ঔৰংজেৱৰ বায়েক আছিল।[2]
ক্ষিপ্ৰ তথ্য জাহানাৰা বেগম, পূৰ্বসূৰী ...
জাহানাৰা বেগম | |
---|---|
মোগল সাম্ৰাজ্যৰ চাহজাদী | |
১৬৩১-১৬৫৮ | |
পূৰ্বসূৰী | মমতাজ মহল |
উত্তৰসূৰী | ৰোচনাৰা বেগম |
১৯৬৯-১৬৮১ | |
পূৰ্বসূৰী | ৰোচনাৰা বেগম |
উত্তৰসূৰী | জিনত-উন-নিচা |
বাসগৃহ | টাইমূৰ সাম্ৰাজ্য |
মাতৃ | মমতাজ মহল |
পিতৃ | শাহ জাহান |
ধৰ্ম | ইছলাম |
বন্ধ কৰক