জটায়ুFrom Wikipedia, the free encyclopedia জটায়ু (সংস্কৃত: जटायु ) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।[1] ক্ষিপ্ৰ তথ্য জটায়ু, সহোদৰ ...জটায়ুৰাৱণে সীতাক হৰণ কৰোঁতে জটায়ুৰ পাখি কাটিছেসহোদৰ সম্পাতিহিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ বন্ধ কৰক
জটায়ু (সংস্কৃত: जटायु ) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।[1] ক্ষিপ্ৰ তথ্য জটায়ু, সহোদৰ ...জটায়ুৰাৱণে সীতাক হৰণ কৰোঁতে জটায়ুৰ পাখি কাটিছেসহোদৰ সম্পাতিহিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ বন্ধ কৰক