ছবিলাল উপাধ্যায়
From Wikipedia, the free encyclopedia
ছবিলাল উপাধ্যায় (ইংৰাজী: Chabilal Upadhyaya) অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰথম (নিৰ্বাচিত) সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত বুঢ়ীগাঙত (অবিভক্ত দৰং)।[1] [2]
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ক্ষিপ্ৰ তথ্য ছবিলাল উপাধ্যায় (Chabilal Upadhyaya), জন্ম ...
ছবিলাল উপাধ্যায় (Chabilal Upadhyaya) | |
---|---|
জন্ম | ১২ মে', ১৮৮২ বুঢ়ীগাং (অবিভক্ত দৰং) এতিয়া বিশ্বনাথ জিলা, অসম [1] |
মৃত্যু | ২৪ জানুৱাৰী, ১৯৮০ (৯৭ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অসমৰ ৰাজনৈতিক নেতা |
ৰাজনৈতিক দল | অসম প্ৰদেশ কংগ্ৰেছ কমিটি |
পিতৃ-মাতৃ | স্বৰ্গীয় কাশীনাথ উপাধ্যায় (ঘিমিৰে) (পিতৃ) স্বৰ্গীয় বিষ্ণুমায়া দেৱী (মাতৃ) [1] |
বন্ধ কৰক