চেলুলাৰ জে'ল
From Wikipedia, the free encyclopedia
চেলুলাৰ জে'ল (ইংৰাজী: Cellular Jail) ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়[2]৷
ক্ষিপ্ৰ তথ্য চেলুলাৰ জে'ল (আলফাস্তান জে’ল), সাধাৰণ তথ্য ...
চেলুলাৰ জে'ল (আলফাস্তান জে’ল) | |
---|---|
চেলুলাৰ জে'ল, আন্দামান | |
সাধাৰণ তথ্য | |
প্ৰকাৰ | ৰাজনৈতিক বন্দীৰ বাবে কাৰাগাৰ |
স্থাপত্য শৈলী | Cellular, Pronged |
চহৰ | পৰ্ট ব্লেয়াৰ, আন্দামান |
দেশ | ভাৰত |
স্থানাংক | 11.675°N 92.748°E / 11.675; 92.748 |
নিৰ্মাণ আৰম্ভ | ১৮৯৬ |
সম্পূৰ্ণ | ১৯০৬ |
মূল্য | ₹৫১৭,৩৫২[1] |
নক্সা আৰু নিৰ্মাণ | |
গ্ৰাহক | ব্ৰিটিছ ৰাজ |
বন্ধ কৰক