চুৰাহী
পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।[2]
ক্ষিপ্ৰ তথ্য Churahi, থলুৱা অঞ্চল ...
Churahi | |
---|---|
𑚏𑚰𑚤𑚭𑚩𑚯, चुराही | |
![]() Churahi written in Takri Script | |
থলুৱা অঞ্চল | Himachal Pradesh |
অঞ্চল | Chaurah, Saluni |
স্থানীয় ভাষিক |
সাঁচ:Sigfig[1] (2011)e25 |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Takri, Devanagari |
ভাষা সংকেত | |
ISO 639-3 | cdj |
বন্ধ কৰক
এই প্ৰবন্ধটোত কিছু বিশেষ আখৰ আছে। কোনো সঠিক সহায়ৰ অভাৱত, আপুনি সেইবোৰৰ সলনি প্ৰশ্নবোধক চিন, বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |