চীনা গোলাপ
সপুষ্পক উদ্ভিদ / From Wikipedia, the free encyclopedia
ৰ’জা চাইনেন্ছিছ (বৈজ্ঞানিক নাম: Rosa chinensis), ইংৰাজীত সাধাৰণতে চাইনা ৰ’জ[1] বা চাইনিজ ৰ’জ নামেৰে পৰিচিত। ই ৰ’জা বা গোলাপ গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ পশ্চিম চীনৰ এক থলুৱা উদ্ভিদ। আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য চীনা গোলাপ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
চীনা গোলাপ | |
---|---|
ৰ’জা চাইনেন্ছিছ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
উপপৰিয়াল: | Faboideae |
গোত্ৰ: | Cicereae |
গণ: | Rosa |
প্ৰজাতি: | chinensis |
বৈজ্ঞানিক নাম | |
R. chinensis Jacq. | |
সমাৰ্থক | |
|
বন্ধ কৰক
ই এবিধ গুল্মজাতীয় উদ্ভিদ। উচ্চতা প্ৰায় ১–২ মিটাৰ। ফুলৰ পাঁচটা পাহি থাকে।