![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Blausen_0817_SmallIntestine_Anatomy.png/640px-Blausen_0817_SmallIntestine_Anatomy.png&w=640&q=50)
ক্ষুদ্ৰান্ত্ৰ
পাচন নলীত থকা অংগ / From Wikipedia, the free encyclopedia
ক্ষুদ্ৰান্ত্ৰ (ইংৰাজী: Small intestine) হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে। খাদ্যৰ পৰা পোষক দ্ৰব্য আৰু খনিজ লৱণৰ শোষণ কৰাই ক্ষুদ্ৰান্ত্ৰৰ প্ৰাথমিক কাৰ্য।[2]
ক্ষিপ্ৰ তথ্য ক্ষুদ্ৰান্ত্ৰ, সবিশেষ ...
ক্ষুদ্ৰান্ত্ৰ | |
---|---|
![]() ক্ষুদ্ৰান্ত্ৰ আৰু ইয়াৰ চাৰিওকাষৰ অংগবোৰৰ চিত্ৰ। | |
সবিশেষ | |
ধমনী | Superior mesenteric artery |
সিৰা | Hepatic portal vein |
স্নায়ু | Celiac ganglia, vagus[1] |
লসিকা | Intestinal lymph trunk |
চিনাক্তকাৰক | |
লেটিন | Intestinum tenue |
MeSH | D007421 |
TA98 | A05.6.01.001 |
TA2 | 2933 |
FMA | 7200 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
কেচু আদি অমেৰুদণ্ডীৰ ক্ষেত্ৰত প্ৰায়ে সমষ্ট পৌষ্টিকনলীক বৰ্ণনা কৰিবলৈ কেৱল বৃহদান্ত্ৰ শব্দটো ব্যৱহাৰ কৰা হয়।