![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8d/Bengaluru-airport.jpg/640px-Bengaluru-airport.jpg&w=640&q=50)
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ভাৰতৰ বিমানবন্দৰ / From Wikipedia, the free encyclopedia
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (ইংৰাজী: Kempegowda International Airport; কন্নড়: ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ; IATA: BLR – ICAO: VOBL) বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে। বিমানবন্দৰটি প্ৰথমে ২০০৮ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে মুকলি কৰা হৈছিল। ২০১৩ চনত কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পুনৰ নামকৰণ কৰা হয়। উল্লেখ্য যে মহাৰজা কেম্পেগৌড়া (প্ৰথম) য়ে প্ৰথম বেংগালুৰুৰ স্থাপন কৰিছিল।
ক্ষিপ্ৰ তথ্য কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ, আইএটিএ: BLR – আইচিএঅ: VOBL ...
কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ಕೆಂಪೇಗೌಡ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಿಮಾನ ನಿಲ್ದಾಣ | |||
---|---|---|---|
![]() | |||
আইএটিএ: BLR – আইচিএঅ: VOBL | |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ৰাজহুৱা | ||
অধিকাৰী/অপাৰেটৰ | বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড | ||
সেৱা | বেংগালুৰু | ||
অৱস্থান | দেৱেনাহাল্লী, কৰ্ণাটক, ভাৰত | ||
কেন্দ্ৰৰ বাবে |
| ||
উচ্চতা | ৯১৫ মিটাৰ / ৩০০২ ফুট | ||
ৱেবছাইট | www.bengaluruairport.com | ||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
মিটাৰ | ফুট | ||
০৯/২৭ | ৪০০০ | ১৩,১২৩ | Asphalt |
পৰিসংখ্যা (2014-15) | |||
যাত্ৰী আৱাগমণ | ১৫,৪০১,৩২৯(![]() | ||
বিমান আৱাগমণ | ১৩৩,৪৮৮(![]() | ||
মালবস্তু | ২৭৯,৪৭৫(![]() | ||
Source: AAI[1][2][3] |
বন্ধ কৰক