কাছাৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[2][3][4]
- এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
ক্ষিপ্ৰ তথ্য কাছাৰ জিলা, দেশ ...
কাছাৰ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কাছাৰৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বৰাক উপত্যকা |
সদৰ | শিলচৰ |
মহকুমা | শিলচৰ, লক্ষীপুৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | শিলচৰ |
- বিধানসভা সমষ্টি | শিলচৰ (৯), সোণাই (১০), ধলাই (১১), উদাৰবন্দ (১২), লক্ষীপুৰ (১৩), বৰখলা (১৪), কাটিগড়া (১৫) |
মাটিকালি | |
- মুঠ | ৩,৭৮৬ কি.মি.২ (১,৪৬১.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১৭,৩৬,৬১৭ জন |
- জনঘনত্ব | ৪৫৮.৭ প্ৰতি বৰ্গ কি.মি. (১,১৮৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৯.৩৪% |
- লিংগ অনুপাত | ৯৫৯ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 25°05′N 92°55′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক