কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধবী আছিল। [1][2][3] [4]

ক্ষিপ্ৰ তথ্য কল্পনা লাজমী, জন্ম ...
কল্পনা লাজমী
জন্ম ১৯৫৪
মৃত্যু ২৩ ছেপ্টেম্বৰ, ২০১৮
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, চিত্ৰনাট্যকাৰ,লেখিকা
আত্মীয়-স্বজন গুৰু দত্ত (খুড়া)
আত্মা ৰাম (খুড়া)
বন্ধ কৰক

চলচ্চিত্ৰপঞ্জী

অধিক তথ্য বৰ্ষ, ছবি ...
বৰ্ষছবিটোকা
১৯৭৮D.G. Movie Pioneerনিৰ্দেশিকা
১৯৭৯A Work Study in Tea Pluckingনিৰ্দেশিকা
১৯৮১Along the Brahmaputraনিৰ্দেশিকা
১৯৮৬Ek Palনিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা
১৯৮৮Lohit Kinareনিৰ্দেশিকা
১৯৯৩Rudaaliনিৰ্দেশিকা, লেখিকা
১৯৯৭Darmiyaan: In Betweenনিৰ্দেশিকা, প্ৰযোজিকা
২০০১Daman: A Victim of Marital Violenceনিৰ্দেশিকা, লেখিকা
২০০৩Kyon?নিৰ্দেশিকা, প্ৰযোজিকা
২০০৬Chingaariনিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা
বন্ধ কৰক

লেখিকাৰ ৰূপত আত্মপ্ৰকাশ

২০১৮ চনৰ ৩০ অক্টোবৰত [5] কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকাঃ এজ আই নিউ হিম(Bhupen Hazarika As I Knew Him) প্ৰকাশিত হয় । গ্ৰন্থখন প্ৰকাশ কৰে হাৰ্পাৰ কলিন্সে ইণ্ডিয়া গোষ্ঠীয়ে । এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে । সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ ।[6]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.