এলবাৰ্ট এক্কা
পৰম বীৰ চক্ৰ প্ৰাপক ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
লেন্স নায়ক এলবাৰ্ট এক্কা, পি.ভি.চি (ইংৰাজী: Albert Ekka; ২৭ ডিচেম্বৰ ১৯৪২ – ৩ ডিচেম্বৰ ১৯৭১) ভাৰতীয় সেনাৰ এজন সৈনিক আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত গংগাসাগৰৰ যুদ্ধত তেওঁ নিহত হৈছিল।[1] শত্ৰুৰ সমুখত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য লেন্স নায়কএলবাৰ্ট এক্কা পৰম বীৰ চক্ৰ, জন্ম ...
লেন্স নায়ক এলবাৰ্ট এক্কা পৰম বীৰ চক্ৰ | |
---|---|
২০০০ চনত মুদ্ৰিত এটি ডাক টিকটত এলবাৰ্ট এক্কা | |
জন্ম | ২৭ ডিচেম্বৰ, ১৯৪২ জৰি, গুমলা জিলা, বিহাৰ, ব্ৰিটিছ ভাৰত, (বৰ্তমানৰ ঝাৰখণ্ড, ভাৰত) |
মৃত্যু | ৩ ডিচেম্বৰ, ১৯৭১ (২৮ বছৰ) গংগাসাগৰ, বাংলাদেশ |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৬২-১৯৭১ |
পদমৰ্যদা | লেন্স নায়ক |
ইউনিট | ব্ৰিগেড অৱ দ্য গাৰ্ডছ |
যুদ্ধ-বিগ্ৰহ | হিল্লিৰ যুদ্ধ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
বন্ধ কৰক