![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d4/Photo_of_Ekushe_Padak_%2528Medal%2529.jpg/640px-Photo_of_Ekushe_Padak_%2528Medal%2529.jpg&w=640&q=50)
একুশে পদক
From Wikipedia, the free encyclopedia
একুশে পদক বাংলাদেশৰ এক ৰাষ্ট্ৰীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। বাংলাদেশৰ বিশিষ্ট সৈনিক, ভাষাবিদ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ, গবেষক, সাংবাদিক, অৰ্থনীতিবিদ, দৰিদ্ৰতা দূৰীকৰণত অৱদানকাৰী আৰু সামাজিক প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে ১৯৭৬ চনৰ পৰা বাংলাদেশত একুশে পদক প্ৰদান আৰম্ভ কৰা হয়। ভাষা আন্দোলনৰ শ্বহীদসকলৰ স্মৰণত ১৯৭৬ চনত এই সন্মান প্ৰদানৰ প্ৰচলন আৰম্ভ কৰে বাংলাদেশ চৰকাৰে।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য একুশে পদক, বিৱৰণ ...
একুশে পদক | |
---|---|
![]() | |
বিৱৰণ | বাংলাদেশৰ বিশিষ্ট সাহিত্যিক, শিল্পী, শিক্ষাবিদ, ভাষাসৈনিক, ভাষাবিদ, গবেষক, সাংবাদিক, অৰ্থনীতিবিদ, দৰিদ্ৰতা দূৰীকৰণত অৱদানকাৰী, মহান ব্যক্তিত্ব আৰু সামাজিক প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়োৱা অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে এই সন্মান দিয়া হয় |
অৱস্থান | ঢাকা |
দেশ | ![]() |
প্ৰদান কৰোঁতা | বাংলাদেশ চৰকাৰ |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৭৬ |
ৱেবচাইট | www |
বন্ধ কৰক