উল্লাসনগৰ
ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ / From Wikipedia, the free encyclopedia
উল্লাসনগৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত থানে জিলাৰ এখন নগৰ। ই ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা ৫৫ কিঃমিঃ দূৰৈত অৱস্থিত। ই এমএমআৰডিএ-ৰ দ্বাৰা পৰিচালিত মুম্বাই মেট্ৰ’পলিটান অঞ্চলৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ আনুমানিক জনসংখ্যা হ’ল ৫, ০৬, ০৯৮জন। [1] উল্লাসনগৰ এখন পৌৰসভা নগৰ আৰু এই নামৰেই তহচিলৰ সদৰ ঠাই। কেন্দ্ৰীয় ৰেলৱে’ জ’নৰ মুম্বাই-পুনে মাৰ্গত ইয়াৰ ৰেল ষ্টেশ্যন অৱস্থিত।
ক্ষিপ্ৰ তথ্য উল্লাসনগৰ, দেশ ...
উল্লাসনগৰ | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 19.22°N 73.15°E / 19.22; 73.15 | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
জিলা | থানে |
উচ্চতা | ১৯ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৪,৭২,৯৪৩ জন |
ভাষা | |
- চৰকাৰী | সিন্ধী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+৫:৩০) |
বন্ধ কৰক