ইৰ'চ
From Wikipedia, the free encyclopedia
ইৰ'চ (ইংৰাজী: Eros) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম আৰু যৌনতাৰ দেৱতা। তেওঁৰ ৰোমান সমকক্ষ হৈছে কিউপিড।[2] প্ৰাৰম্ভিক কালত ইৰ'চক এক আদি দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ বিপৰীতে পিছৰ পৰ্যায়ৰ লিখনি আদিত তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটি আৰু যুদ্ধৰ দেৱতা এৰিচৰ পুত্ৰ বুলি আখ্যা দিয়া হৈছে। ইৰ'টিচ নামেৰে পৰিচিত ডেউকাযুক্ত প্ৰেমৰ দেৱতাসকল তেওঁৰ সহোদৰ।
ক্ষিপ্ৰ তথ্য ইৰ'চ, নিবাস ...
ইৰ'চ | |
---|---|
প্ৰেম, বাসনা আৰু যৌনতা | |
মাৰ্বলেৰে সজা পম্পেইৰ ইৰ'চৰ প্ৰতিমূৰ্ত্তি[1] | |
নিবাস | অলিম্পাচ পৰ্বত |
প্ৰতীক | ধনু-কাঁড় |
সঙ্গী | ছাইকী |
পিতৃ-মাতৃ | এৰিচ আৰু এফ্ৰোডাইটি, বা কেঅ'চ অৰ্থাৎ মহাশূণ্য |
সহোদৰ | হাৰম'নিয়া, ফ'ব'চ, ডেইম'চ, আৰু এণ্টিৰ'চ |
সন্তান | হেড'নি |
ৰোমান সমাৰ্থক | কিউপিড, আম'ৰ |
হিন্দু সমাৰ্থক | কামদেৱ |
বন্ধ কৰক