ইলিয়াড
মহাকবি হোমাৰ ৰচিত মহাকাব্য / From Wikipedia, the free encyclopedia
ইলিয়াড বা ইলিয়াদ (ইংৰাজী: Iliad) হোমাৰৰ দ্বাৰা ৰচিত মহাকাব্য দুখনৰ ভিতৰত এখন। আনখন হ’ল ওডিছী। ট্ৰয় নগৰৰ আন নাম ইলিয়াছ বা ইলিয়াম। সেই ইলিয়াছৰে বৈভৱ, বিক্ৰম আৰু বিধ্বংসনৰ বৃত্তান্ত আছে বাবেই মহাকাব্যখনৰ নাম ইলিয়াড।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |