ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প
From Wikipedia, the free encyclopedia
ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটোত মুঠতে ৮টা ৰেডিঅ' টেলিস্ক'প পৃথিৱী ব্যাপী আছে[1]।