ইজৰাইল
মধ্যপ্ৰাচ্যত স্থিত এখন দেশ / From Wikipedia, the free encyclopedia
ইজৰাইল (ইংৰাজী: Israil; হিব্ৰু ভাষাত: מְדִינַת יִשְׂרָאֵל মেদিনাৎ ইছৰা'এল্; আৰৱী ভাষাত دَوْلَةْ إِسْرَائِيل দাউলাৎ ইজৰা'ঈল্) হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু গোলান মালভূমি ইজৰাইসৰ দখলত থকা বিতৰ্কীত স্থান হিচাপে পৰিগণিত হৈছে।
ক্ষিপ্ৰ তথ্য ইজৰাইলמְדִינַת יִשְׂרָאֵל (হিব্ৰু)মেদীনাৎ ইছৰা'এলدَوْلَةُ إِسْرَائِيلَ (আৰৱী)দাউলাৎ ইছৰা'ঈল্, ৰাষ্ট্ৰভাষা (সমূহ) ...
ৰাষ্ট্ৰীয় সঙ্গীত হাটিকৱাহ আশা |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | জেৰুজালেম[1] 31°47′N 35°13′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | হিব্ৰু, আৰৱী | |||||
জাতীয়তাসূচক বিশেষণ | ইজৰাইলী | |||||
চৰকাৰ | সংসদীয় গণতন্ত্ৰ[2] | |||||
- | ৰাষ্ট্ৰপতি | ৰিউভেন ৰিভলিন | ||||
- | প্ৰধানমন্ত্ৰী | বেঞ্জামিন নেতানিয়াহু | ||||
স্বাধীন | যুক্তৰাজ্যৰ পৰা-এডমিনিষ্ট্ৰেড লীগ অৱ নেশ্বন মেনড্ৰেট | |||||
- | ঘোষণা | ১৪ মে ১৯৪৮ (০৫ Iyar ৫৭০৮) | ||||
মাটিকালি | ||||||
- | মুঠ ক | ২২,০৭২ বৰ্গ কিমি (১৫১তম) ৮,৫২২ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ~২% | ||||
জনসংখ্যা | ||||||
- | 2009 আনুমানিক | ৮০,৫১,২০০খ'"`UNIQ--ref-০০০০০০০২-QINU`"' (৯৬তম) | ||||
- | ১৯৯৫ লোকপিয়ল | ৫৫,৪৮,৫২৩ | ||||
জিডিপি (পিপিপি) | ২০০৮ আনুমানিক | |||||
- | মুঠ | $২,০২৫.৬২ কোটি[3] | ||||
- | জনমুৰি | $২৮,৪৭৩[3] | ||||
জিনি সহগ? (2005) | 38.6[2] | |||||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৯৩৫[4] (উচ্চ) (২৭তম) | |||||
মুদ্ৰা | নিউ ইজৰািল ছেকুৱেল (₪) (NIS ) |
|||||
সময় অঞ্চল | IST (ইউটিচি+২) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (ইউটিচি+৩) | ||||
ইণ্টাৰনেট টিএলডি | .il | |||||
কলিং ক'ড | +৯৭২ | |||||
1 | গ'ল্ডেন হাইটছ আৰু পূৱ জেৰুজালেমক সাঙুৰা হৈছে / নাই হোৱা; তলত চাওক। | |||||
2 | ৱেষ্ট বেংকৰ ইজৰাইলী জনসংখ্যাকো সাঙুৰা হৈছে। |
বন্ধ কৰক