আভাকাডো
From Wikipedia, the free encyclopedia
আভাকাডো (ইংৰাজী: Avacado) এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হ'ল - Persea Americana। ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়। নাচিকত স্থাপিত "অল ইণ্ডিয়া আভাকাডো প্ৰডিউচাৰ এচচিয়েচনৰ" তথ্যমতে ভাৰতবৰ্ষত যোৱা বছৰ জুলাই মাহত আভাকাডো গছৰ সংখ্যা আছিল ১৫০০ জোপা আৰু ইয়াৰ পৰা বাৰ্ষিক ৩ লাখ ফল প্ৰাপ্তি হয়। ভাৰতবৰ্ষত বৰ্তমান কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু চিক্কিমত আভাকাডোৰ খেতি হয়।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য আভাকাডো, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
আভাকাডো | |
---|---|
Avocado fruit and foliage, Réunion island | |
![]() | |
Ripe avocado fruit and cross-section | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
পৰ্ব: | Angiosperms |
শ্ৰেণী: | Magnoliids |
বৰ্গ: | Laurales |
পৰিয়াল: | Lauraceae |
গণ: | Persea |
প্ৰজাতি: | P. americana |
বৈজ্ঞানিক নাম | |
Persea americana Philip Miller | |
সমাৰ্থক | |
Persea gratissima |
বন্ধ কৰক