ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে।[1] এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে। ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে অসমত এনে ৫৫টা ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন চিনাক্ত কৰিছে।[2] ভাৰতীয় পুৰাতত্ব বিভাগে এই কৃৰ্তিচিহ্ন সমূহৰ ৰক্ষণাবেক্ষণ কৰে।
ক্ৰমিক নং | বিৱৰণ | অৱস্থান | ঠিকনা | জিলা | ভৌগলিক স্থানাংক | চিত্ৰ |
---|---|---|---|---|---|---|
N-AS-1 | কছাৰী ধ্বংসাৱশেষ
|
খাছপুৰ | কাছাৰ জিলা | |||
N-AS-2 | ঈদগাহ | ৰঙামাটি পাহাৰ | ধুবুৰী জিলা | |||
N-AS-3 | পাণবাৰী মছজিদ, ৰঙামাটি | ৰঙামাটি | ধুবুৰী জিলা | |||
N-AS-4 | শ্ৰী সূৰ্য মন্দিৰ
ৰ ধ্বংসাৱশেষ |
দেশভুজ দেৱস্থান | গোৱালপাৰা জিলা | |||
N-AS-5 | মিষ্টাৰ বি. জে. ষ্টওৰ কবৰৰ ওপৰত নিৰ্মিত স্মৃতিসৌধ | গোৱালপাৰা | গোৱালপাৰা জিলা | |||
N-AS-6 | লেফটেনেণ্ট ক্ৰেছৱেলৰ সমাধি | গোৱালপাৰা | গোৱালপাৰা জিলা | |||
N-AS-7 | প্ৰাচীন গুহা আৰু সমাধি | যোগীঘোপা | বঙাইগাঁও জিলা | |||
N-AS-8 | কাছমাৰী পথাৰৰ একশিলা | কাছমাৰী পথাৰ | গোলাঘাট জিলা | |||
N-AS-9 | নেঘেৰিটিং শিৱদৌল | নেঘেৰিটিং | গোলাঘাট জিলা | |||
N-AS-10 | উৰ্বশী দ্বীপৰ স্তম্ভ আৰু ভাস্কৰ্য | গুৱাহাটী | কামৰূপ মহানগৰ জিলা | |||
N-AS-11 | বিষ্ণু জনাৰ্দনৰ শিলৰ ভাস্কৰ্য্য | গুৱাহাটী | কামৰূপ মহানগৰ জিলা | |||
N-AS-12 | পোৱামক্কাৰ ভিতৰৰ শিলত খোদিত চিহ্ন | হাজো | কামৰূপ জিলা | |||
N-AS-13 | শ্ৰী কেদাৰ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-14 | শ্ৰী গণেশ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-15 | শ্ৰী কামেশ্বৰ মন্দিৰ | হাজো | কামৰূপ জিলা | |||
N-AS-16 | দুৱাৰগৰিলা শিলৰ চিহ্ন | কামাখ্যা পাহাৰ | কামৰূপ জিলা | |||
N-AS-17 | শিলত খোদিত মূৰ্তি
|
কামাখ্যা পাহাৰ | কামৰূপ জিলা | |||
N-AS-18 | শিলৰ মন্দিৰ | মাইবং | ডিমা হাছাও জিলা | |||
N-AS-19 | দুটা স্মৃতি শিলা: ১) ডিমাছা আৰু কোঁচ ৰজাৰ মাজৰ চুক্তি শিলা
২) ডিমাছা আৰু আহোম ৰজাৰ মাজত চুক্তি শিলা |
মাইবং | ডিমা হাছাও জিলা | |||
N-AS-20 | বলচাওন একশিলা গোট (Bolosaon Group monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-21 | দেৰেবাৰা একশিলা গোট (Derebara Group monoliths) | North Cachar Hills | North Cachar Hills | |||
N-AS-22 | খাৰতং একশিলা গোট (Khartong Group of monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-23 | কোবাক একশিলাৰ গোট (Kobak Group monoliths) | উত্তৰ কাছাৰ পাহাৰ | ডিমা হাছাও জিলা | |||
N-AS-24 | চাৰিটা মৈদামৰ গোট | চৰাইদেউ | চৰাইদেউ জিলা | |||
N-AS-25 | কাৰেংঘৰ | গড়গাঁও | শিৱসাগৰ জিলা | 26°55′25″N 75°49′36″E Monument on map |
||
N-AS-26 | বিষ্ণু দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-27 | দেৱী দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-28 | শিৱ দৌল, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-29 | গৌৰীসাগৰ পুখুৰী, গৌৰীসাগৰ | গৌৰীসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-30 | বিষ্ণু দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-31 | দেৱী দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-32 | ঘনশ্যামৰ ঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-33 | গোলাঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | |||
N-AS-34 | তলাতল ঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | 26°57′58″N 94°37′29″E Monument on map |
||
N-AS-35 | ৰংঘৰ | জয়সাগৰ | শিৱসাগৰ জিলা | 26°58′01″N 94°37′09″E Monument on map |
||
N-AS-36 | শিৱ দৌল, জয়সাগৰ | জয়সাগৰ | শিৱসাগৰ | |||
N-AS-37 | ৰংগনাথ দৌল, মেটেকা | মেটেকা | শিৱসাগৰ জিলা | |||
N-AS-38 | বিষ্ণু দৌল, শিৱসাগৰ | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-39 | দেৱী দৌল | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-40 | শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত আহোম যুগৰ আঠটা বৰটোপ, শিৱসাগৰ | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-41 | শিৱসাগৰৰ শিৱদৌল | শিৱসাগৰ | শিৱসাগৰ জিলা | |||
N-AS-42 | বৰ দৌল, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-43 | লেফটেনেণ্ট লিৱিছ ভান চাদানৰ সমাধি, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-44 | লেফটেনেণ্ট থমাছ কেনেদিৰ সমাধি, বিশ্বনাথ | বিশ্বনাথ | শোণিতপুৰ জিলা | |||
N-AS-45 | উমাতুমণি দ্বীপৰ শঙ্কৰেশ্বৰ, বিশ্বনাথ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-46 | বিশ্বনাথ শিৱলিংগ | বিশ্বনাথ | বিশ্বনাথ জিলা | |||
N-AS-47 | ধন্দি ভগ্নাৱশেষ আৰু দৌল, এন. চি. কামদেৱাল | ধন্দি, ১ নং মাজিকুছি | বিশ্বনাথ জিলা | |||
N-AS-48 | শিঙৰী পাহাৰৰ ভগ্নাৱশেষ | শিঙৰী পাহাৰ | শোণিতপুৰ জিলা | |||
N-AS-49 | বামুণী পাহাৰৰ ধ্বংসাৱশেষ, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-50 | শিলৰ মন্দিৰৰ ধ্বংসাৱশেষ, দ-পৰ্বতীয়া | দ-পৰ্বতীয়া | শোণিতপুৰ জিলা | |||
N-AS-51 | ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলত কটা ভাস্কৰ্য্য, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-52 | চুমেৰী কম্পাউণ্ডৰ (অবিবাহিত ব্ৰিটিছ সৈনিক বিষয়া সকল থকা ঠাই) ভাস্কৰ্য্য, তেজপুৰ | তেজপুৰ | শোণিতপুৰ জিলা | |||
N-AS-53 | হয়গ্ৰীৱ মাধৱ মন্দিৰ, হাজো | হাজো | কামৰূপ জিলা | |||
N-AS-54 | চুলতান চেৰশ্বাহৰ বন্দুক | শদিয়া | তিনিচুকীয়া জিলা | |||
N-AS-55 | মোগলৰ জাহাজত ব্যৱহৃত দুটা হাত হিলৈ, শদিয়া | শদিয়া | তিনিচুকীয়া জিলা |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.