দমন আৰু দিউ
From Wikipedia, the free encyclopedia
দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল। ১৯৬১ চনত ভাৰত চৰকাৰে এই অঞ্চল নিজৰ অধীনলৈ আনে। এই অঞ্চল কলি সম্প্ৰদায়ৰৰ লোকে ৰাজত্ব কৰিছিল।[3][4]
ক্ষিপ্ৰ তথ্য দমন আৰু দিউ, দেশ ...
দমন আৰু দিউ | |||
---|---|---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল — | |||
Pic of beach ( daman).jpgদমনৰ দেৱকা বেলাভূমি | |||
|
|||
দেশ | ভাৰত | ||
গঠন | ৩০ মে' ১৯৮৭ | ||
ৰাজধানী | দমন | ||
চৰকাৰ | |||
- সাংসদ | লালুভাই পেটেল | ||
- প্ৰশাসক | প্ৰফুল খোদা পেটেল | ||
- প্ৰশাসকৰ উপদেষ্টা | এছ. এছ. যাদৱ | ||
- উচ্চ ন্যায়ালয় | বোম্বে উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ১১২ কি.মি.২ (৪৩.২ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৩৫তম | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ২,৪২,৯১১ জন | ||
- স্থান | ৬th (among union territories)তম | ||
- জনঘনত্ব | ২,১৬৮.৮ প্ৰতি বৰ্গ কি.মি. (৫,৬১৭.৩ প্ৰতি বৰ্গ মাইল) |
||
ভাষা[1] | |||
- চৰকাৰী | কোংকণী ভাষা, গুজৰাটী ভাষা[2] | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-DD | ||
জিলা | ২ খন | ||
মানৱ উন্নয়ন সূচাংক | ০.৭৫৪ (২০০৫) | ||
মানৱ উন্নয়ন সূচাংক শ্ৰেণী | উচ্চ | ||
লিংগ অনুপাত | ১.৬১ ♂/♀ | ||
ৱেবছাইট | www.daman.nic.in |
বন্ধ কৰক
২০১৯ চনত ভাৰত চৰকাৰে দমন আৰু দিউক দাদৰা আৰু নগৰ হাভেলীৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।[5]