ওডিছী
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক ওদিছি নৃত্য নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
ওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম ইলিয়াড। ট্ৰজানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱস্থাত মনৰ ব্যাকুলতা আৰু অশ্ৰুপাতৰ বৰ্ণনাৰে আৰম্ভ হৈছে ওডিছী মহাকাব্য।[1]