ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া এছিয়ান মাহ ![Thumb image](//upload.wikimedia.org/wikipedia/commons/thumb/1/1f/WAM_logo_without_text.svg/640px-WAM_logo_without_text.svg.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1f/WAM_logo_without_text.svg/640px-WAM_logo_without_text.svg.png)
ৱিকিপিডিয়া এছিয়ান মাহ হৈছে ২০১৫ খ্ৰীষ্টাব্দৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰা মাহ জুৰি চলা এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। ভাৰতৰ বাদ দি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাই হ'ল অসমীয়া ৱিকিপিডিয়াৰ এই এডিট-এ-থনৰ মূল উদ্দেশ্য।