ৱিকিপিডিয়া:আলোচনা পৃষ্ঠাৰ নিৰ্দেশাৱলী
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াত কোনো প্ৰবন্ধ বা প্ৰকল্পৰ পৃষ্ঠাত সকলো প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়ত সম্পৰ্কে আলোচনা কৰাৰ বাবে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰা হয়। কোন প্ৰবন্ধৰ আলোচনা পৃষ্ঠাক সম্পাদকৰ ব্যক্তিগত মতামতৰ স্থান স্বৰূপে ব্যৱহাৰ কৰা নহয়।
এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
আলোচনা পৃষ্ঠাৰ সাধাৰণ তথ্যৰ বাবে ৱিকিপিডিয়া:আলোচনা পৃষ্ঠা চাওক
এই পৃষ্ঠাখন অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনাৰ পথনিৰ্দেশিকা থকা প্ৰবন্ধ। এয়া হৈছে সাধাৰণতে স্বীকৃত মানদণ্ড যাক সম্পাদকসকলে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত, যদিও ইয়াক সাধাৰণ জ্ঞানৰ সৈতে সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰা হয়, আৰু মাজে মাজে ব্যতিক্ৰমো হ'ব পাৰে। এই পৃষ্ঠাৰ যিকোনো গুৰুত্বপূৰ্ণ সম্পাদনাই সহমত প্ৰতিফলিত কৰিব লাগে। যদি ইয়াৰ কোনো বিষয় স্পষ্ট হোৱা নাই, প্ৰথমে আলোচনা পৃষ্ঠাত আলোচনা কৰক। |
|
When writing on a talk page, certain approaches are counter-productive, while others facilitate good editing. The prime values of the talk page are communication, courtesy and consideration. The following list is designed to help Wikipedians use talk pages effectively.