ৱিকিপিডিয়া:মতামত আহ্বান
From Wikipedia, the free encyclopedia
মোৰ দ্বাৰা সৃষ্ট http://bigyanbichitra.blogspot.com শীৰ্ষক ব্লগটোৰ সকলোবোৰ পৃষ্ঠা কোনো সদস্যই হুবহু নকল কৰি ৱিকিপেডিয়াত সন্নিৱিষ্ট কৰিছে | উদাহৰণ স্বৰূপে: জৈৱ তথ্য প্ৰযুক্তি, প্ৰিয়’ন, পাস্কেল, পাস্কেলৰ ত্ৰিভূজ, পাইথাগোৰাছ আদি বিষয়লৈ আঙুলিয়াব পাৰি |
অনুগ্ৰহ কৰি এই বিষয়ত সঠিক পদক্ষেপ ল’বলৈ সংশ্লিষ্ট সম্পাদকক অনুৰোধ জনালোঁ |
- লিখনিসমূহ আলোচনামৰ্মে ৱিকিপিডিয়াৰ পৰা বিলোপ কৰা হ’ল|